January 23, 2025 1:05 PM

views 13

প্ৰয়াগৰাজৰ কুম্ভমেলাৰ প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত স্থাপিত নামঘৰত ৭ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলা ভাগৱত পাঠৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। কুম্ভমেলাস্থলীৰ ৭ নম্বৰ খণ্ডত স্থাপন কৰা প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত ৰাজ্যখনৰ আধ্যাত্মিক সংস্কৃতি আৰু পৰম্পৰাক উপস্থাপনৰ প্ৰয়াসৰ অংশ হিচাপে প্ৰতিষ্ঠা কৰা নামঘৰত কালিৰেপৰা সাতদিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আৰম্ভ হৈছে। ২৭ জানুৱাৰীলৈ পাঠ অব্যাহত অব্যাহত থাকিব। ২৭ জানুৱাৰীৰ পৰা ৰামবিজয় অংকীয়া ভাওনা প্ৰদৰ্শনকে ধৰি সত্ৰ সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰা হ'ব। কিছুদিনৰ ভিতৰত আউনীআটী, দক্ষিণপাট, কমলাবাৰী, গড়মূৰ আৰু ভোগপুৰ...