February 21, 2025 8:34 PM February 21, 2025 8:34 PM

views 4

প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কাঞ্চন প্ৰসাদৰ

দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদে প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কৰে। মহাকুম্ভস্থলীৰ চেক্টৰ-৪ত থকা কুম্ভবাণী কেন্দ্ৰত ভাষণ দি শ্রীমতী প্রসাদে আজি কয় যে কুম্ভমেলাৰ দৰে ঐশ্বৰিক অনুষ্ঠানৰ বাণীসমূহ জনসাধাৰণৰ হৃদয়লৈ লৈ যোৱাত কুম্ভবাণী কেন্দ্রই অবিশ্বাস্য মাধ্যম ৰূপে ভূমিকা গ্রহণ লৈছে। তেওঁ আশা প্ৰকাশ কৰে যে এই কেন্দ্ৰটোৱে শ্ৰোতাসকলৰ বাবে জ্ঞান, ভক্তি আৰু দৃঢ়তাৰ বাণী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিব। গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলত ভক্তসকলে পৱিত্ৰ ...

February 14, 2025 12:14 PM February 14, 2025 12:14 PM

views 6

প্ৰয়াগৰাজৰ কুম্ভৱাণী ৰেডিঅ’ কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত নৱনীত ছেহগালৰ অংশগ্ৰহণ

মহাকুম্ভ মেলাৰ বা-বাতৰি প্ৰচাৰ কৰা কুম্ভাৱাণী কেন্দ্ৰই সত্য আৰু নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত থকা প্ৰসাৰ ভাৰতীৰ উদ্দেশ্যক প্ৰতিফলিত কৰিছে বুলি প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগালে প্ৰকাশ কৰিছে। প্ৰয়াগৰাজৰ কুম্ভৱাণী ৰেডিঅ' কেন্দ্ৰত কালি আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীছেহগালে এই কথা প্ৰকাশ কৰে। তেওঁ কুম্ভৱাণী কেন্দ্ৰৰ কাম-কাজৰ শলাগ লয় আৰু কয় যে, মহাকুম্ভ মেলাৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ই এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। শ্ৰীছেহগালে চেক্টৰ ফ'ৰৰ নেনী এৰিয়েল সংগত স্...