November 2, 2024 7:13 PM November 2, 2024 7:13 PM

views 9

কুলদা কুমাৰ ভট্টাচাৰ্যলৈ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছত বিশিষ্ট অভিনেতা- পৰিচালকজনৰ ইচ্ছা অনুযায়ী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত তেওঁৰ দেহ দান কৰা হয়। চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ হৈ মহাবিদ্যালয়খনৰ অধ্যক্ষই মৰ্যাদা সহকাৰে মৰণোত্তৰ দেহ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ভট্টাচাৰ্যই ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে ২০১০ চনত আৰু ২০২২ চনত চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্য...