December 8, 2025 7:56 PM

views 12

ৰাজ্যত শীঘ্ৰে গো ধনৰ সংৰক্ষিত চৰণীয়া পথাৰসমূহৰ উন্নয়ন সাধন কৰা হ’ব : মন্ত্রী কৃষ্ণেন্দু পাল

ৰাজ্যত শীঘ্ৰে গো ধনৰ সংৰক্ষিত চৰণীয়া পথাৰসমূহৰ উন্নয়ন সাধন কৰা হ'ব বুলি মীন আৰু পশুপালন মন্ত্রী কৃষ্ণেন্দু পালে প্ৰকাশ কৰিছে। আজি কামৰূপ জিলাৰ আমিনগাঁৱত লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত এখন পর্যালোচনা সভাত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ এই সভাত বিভাগসমূহৰ অধীনত চলি থকা কাম-কাজৰ অগ্ৰগতি পর্যালোচনা কৰে। অনুষ্ঠানত অংশ লোৱাৰ পিছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মীন পালকসকলে সুন্দৰভাৱে নিজৰ কাম-কাজ কৰি সফলতা লাভ কৰিছে বুলি উল্লেখ কৰে। তদুপৰি কামৰূপ জিলাত পশুপালন বিভাগেও সন্তো...