February 22, 2025 11:46 AM
নতুন দিল্লীত কৃষি বিজ্ঞান মেলা ২০২৫ৰ আয়োজন
নতুন দিল্লীত আজি কৃষি বিজ্ঞান মেলা ২০২৫ৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই মেলা উদ্বোধন কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই কৃষি মেলাৰ মূল বিষয়...