February 22, 2025 11:46 AM

views 20

নতুন দিল্লীত কৃষি বিজ্ঞান মেলা ২০২৫ৰ আয়োজন

নতুন দিল্লীত আজি কৃষি বিজ্ঞান মেলা ২০২৫ৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই মেলা উদ্বোধন কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই কৃষি মেলাৰ মূল বিষয়বস্তু হৈছে উন্নত কৃষি-বিকশিত ভাৰত। কৃষি বিজ্ঞান মেলাৰ মূল আকৰ্ষণ হৈছে ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানে বিকশাই তোলা নতুন প্রযুক্তি আৰু নতুন প্রজাতিৰ প্ৰত্যক্ষ প্ৰদৰ্শন। তদুপৰি এই কৃষি মেলাত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিভিন্ন সামগ্ৰী আৰু সেৱা তথা নতুন প্রযুক্তি, কৃষি বিজ্ঞান কেন্দ্র, কৃষক উৎপাদন সংস্থা, উদ্যোগী...