October 26, 2025 11:47 AM October 26, 2025 11:47 AM
54
ওড়িশাৰ ‘কোৰাপুট কফি’ৰ খেতিৰ সফলতা আৰু সমৃদ্ধিত প্ৰধানমন্ত্ৰী মোদীৰ আনন্দ প্ৰকাশ
ওড়িশাৰ 'কোৰাপুট কফি'ৰ সোৱাদেই কেৱল অপূর্ব নহয়, সোৱাদৰ লগতে এই কফিৰ খেতিৰ জৰিয়তে তেওঁলোকে আয়ো বৃদ্ধি কৰিছে। কোৰাপুটৰ কিছুসংখ্যক লোকৰ 'কোৰাপুট কফি'ৰ খেতি কৰাটো এক আবেগ হৈ পৰিছে। ক'ৰ্পৰেট খণ্ডৰ ভাল চাকৰি পৰিত্যাগ কৰি তেওঁলোকে এই কফিৰ খেতি কৰিবলৈ লৈছে আৰু সফলতাৰ মুখো দেখিছে। ইয়াৰ ভিতৰত বহুকেইগৰাকী মহিলাও আছে, যিকেইগৰাকীৰ জীৱনলৈ এই কফিয়ে এক সুখকৰ পৰিৱর্তন আনিছে। কফিৰ পৰা তেওঁলোকৰ সম্মান আৰু সমৃদ্ধি দুয়োটাই বৃদ্ধি পাইছে। সেয়েহে সঁচাকৈয়ে কোৱা হয়: 'কোৰাপুট কফি' অত্যন্ত সুস্বাদু। প্রকৃতার্থত এয়া ওড়িশাৰ...