January 21, 2026 12:48 PM

views 30

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হ'ব ধৰিছে। জিলাখনত যোৱা ২৪ ঘণ্টাত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। আস্থা গঢ়াৰ আৰু সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আজি পুৱাৰ ভাগত কাৰিগাঁও আৰক্ষী চকীৰ অধীনৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ স্পৰ্শকাতৰ এলেকাসমূহত ফ্লেগমার্চ কৰে। সেনা, দ্রুত কার্যবাহিনী, চি আৰ পি এফ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে যৌথভাবে এই ফ্রেগমার্চ কৰে। জিলা আয়ুক্ত পংকজ চৌধাৰীয়ে অঞ্চলটোৰ সামগ্রিক পৰিস্থিতি ক্রমাৎ উন্নত হ'ব ধৰিছে। তেওঁ কয়, যে ...