June 29, 2025 11:33 AM

views 17

কলকাতা আইন মহাবিদ্যালয় দলবদ্ধ ধর্ষণ গোচৰৰ চতুৰ্থজন অভিযুক্তক গ্ৰেপ্তাৰ

কলকাতা আইন মহাবিদ্যালয় দলবদ্ধ ধর্ষণ গোচৰৰ চতুৰ্থজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আইন মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীগৰাকীক কালি এই গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হয়। ইয়াকে লৈ মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ কক্ষৰ ভিতৰত হোৱা এই অপৰাধৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা চাৰিলৈ বৃদ্ধি পাইছে। দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ এগৰাকী ২৪ বছৰীয়া ছাত্ৰীক যোৱা ২৫ জুনত প্ৰতিষ্ঠানখনৰ নিৰাপত্তাৰক্ষীৰ কক্ষত এগৰাকী প্ৰাক্তন ছাত্রসহ তিনিগৰাকী শিক্ষার্থীয়ে ধৰ্ষণ কৰা বুলি অভিযোগ উঠিছে। ছাত্ৰীগৰাকীৰ অভিযোগ মৰ্...