December 22, 2024 8:52 PM

views 23

কলিয়াবৰ চাহ বাগিছাৰ সীমাত বাঘৰ আক্ৰমণত নিহত এজন লোকৰ  চিন্ন মুণ্ড উদ্ধাৰ

নগাঁও জিলাৰ কলিয়াবৰ চাহ বাগিছাৰ ১৩ নম্বৰ বাগানৰ সীমাত ঢেকিয়াপতিয়াৰ আক্ৰমণত নিহত এজন লোকৰ আজি চিন্ন মুণ্ড উদ্ধাৰ কৰা হয়। মৃত লোকজন কলিয়াবৰ বাগিছাৰ বৰলাইনৰ বাসুদেৱ কৰ্মকাৰ বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছত শিলঘাট তহলদাৰী আৰক্ষী চকীৰ সন্মুখত অঞ্চলটোৰ একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত প্রতিবাদস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। তেওঁ স্থানীয় ৰাইজক বাঘটোক কৰায়ত্ত কৰাৰ...