October 23, 2025 8:16 PM October 23, 2025 8:16 PM
38
কোকৰাঝাৰ-ছালাকাটি ষ্টেচনৰ মাজৰ ৰেলপথত পুনৰ ৰে’ল চলাচল আৰম্ভ
কোকৰাঝাৰ আৰু ছালাকাটি ষ্টেচনৰ মাজৰ ৰেলপথত যোৱা নিশা বোমা বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত পথছোৱাৰে ৰেল চলাচল আজি পুনৰ আৰম্ভ হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি ঘটনা স্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অঞ্চলটোত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়া আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। শ্রীসিঙে ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত কয়, যে ঘটনা সন্দৰ্ভত কিছু তথ্য লাভ কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখযোগ্য য...