February 2, 2025 11:56 AM

views 16

চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱ আনুষ্ঠানিকভাবে মুকলি

চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱ কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত কালিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি আনুষ্ঠানিকভাবে এই উৎসৱ মুকলি কৰে। এই উপলক্ষে শ্ৰী বড়োৱে কয়, যে সাহিত্যৰ কোনো সীমা নাথাকে। তেওঁ লগতে কোকৰাঝাৰ সাহিত্য উৎসৱত দেশ-বিদেশৰ কবি-সাহিত্যিক এক গোট হোৱাক লৈ আনন্দ প্রকাশ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ সানিগেইন লংকিউমেৰে বি টি আৰ চুক্তিৰ পিছত অঞ্চলটোলৈ শান্তিৰ বাতাবৰণ ঘূৰ...