July 27, 2024 11:55 AM

views 48

কোকৰাঝাৰত ৩০ জুলাইৰ পৰা ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

কোকৰাঝাৰত দ্বিতীয়বাৰৰ বাবে অহা ৩০ জুলাইৰ পৰা ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। ১৩৩সংখ্যক এই প্রতিযোগিতাখনক লৈ আয়োজক সমিতিয়ে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। বি টি চিৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োৱে কালি এখন সংবাদমেলত কয় যে, এইবাৰৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিবলগীয়া দল হ'ল বড়োলেণ্ড এফ চি, নর্থ ইষ্ট ইউনাইটেড এফ চি, ওড়িশা এফ চি আৰু বি এফ এফ এফ চি। অহা ৩০ জুলাইত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত বড়োলেণ্ড এফ চি আৰু ইউনাইটেড এফ চিৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। ষ্টেডিয়া...