July 17, 2025 1:51 PM

views 9

ঝাৰখণ্ডত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ বাসগৃহত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

ঝাৰখণ্ডৰ বোকাৰো জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ বাসগৃহত কালি জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ নীতি অনুসৰি পৰিয়ালটোক ৫০ লাখ টকাৰ সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰকাশ কৰে। তদুপৰি ৰাজ্য চৰকাৰৰ তৃতীয় নাইবা চতুৰ্থ বৰ্গৰ পদত পৰিয়ালটোৰ এগৰাকী সদস্যক নিযুক্তি দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই সংঘৰ্ষত অসমৰ জোৱানগৰাকী ছহিদ হোৱাৰ উপৰি দুজন নক্সা...