December 6, 2025 11:40 AM

views 17

কোহিমাত ভার্চুৱেল ব্যৱস্থাৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন জ্যোতিৰাদিত্য সিন্ধিয়াৰ

ড'নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি কোহিমাত ভার্চুৱেল ব্যৱস্থাৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ২০২ কোটি টকা ব্যয়সাপেক্ষ ৫টা প্রকল্পৰ উদ্বোধন আৰু ৪৪৩ কোটি টকা ব্যয় সাপেক্ষ ১১টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তিনিদিনীয়া ভ্রমণসূচীৰে নাগালেণ্ডলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি হর্নবিল মহোৎসৱৰ অংশ হিচাপে ৰাজ্যখনৰ টুঅ'ফেমা গাঁৱত আংগামী নগাসকলৰ পৰম্পৰাগত কাৰ্যসূচীত অংশ লয়।শ্রীসিন্ধিয়াই প্রকল্পসমূহ উদ্বোধন কৰি কয়, যে উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উ...