June 14, 2024 5:11 PM June 14, 2024 5:11 PM

views 13

কুৱেইটত অগ্নিকাণ্ডত নিহতসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন ক’ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত

কুৱেইটত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন আহি ক'ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। কুৱেইটত মৃত্যু হোৱা ৪৫ জন লোকৰ মৃতদেহ ক'ছিলৈ লৈ অহা হৈছে। বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ৪৫টা মৃতদেহৰ নথিপত্ৰ সংক্ৰান্তীয় সকলো কাম-কাজ বিমান বন্দৰতে সম্পন্ন কৰা হৈছে। ক'ছিন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নমোৱা ৩১টা শদেহৰ ভিতৰত ২৩টা কেৰালাৰ, ৭টা তামিলনাডুৰ আৰু এটা কৰ্ণাটকৰ।তামিলনাডুৰ সংখ্যালঘু কল্যান মন্ত্রী জিনজি কে এছ মাস্তানে ৰা...