October 17, 2024 11:13 AM

views 15

ভাৰতীয় খো খো ফেডাৰেচনৰ অহা বছৰ নতুন দিল্লীত হ’বলগীয়া খো খো বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ প্ৰতীকচিহ্ন আৰু টেগলাইন মুকলি

ভাৰতীয় খো খো ফেডাৰেচন, কে কে এফ আই-য়ে অহা বছৰ নতুন দিল্লীত হ'বলগীয়া খো খো বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ প্ৰতীকচিহ্ন আৰু টেগলাইন মুকলি কৰিছে। ইন্দিৰা গান্ধী ষ্টেডিয়ামত অহা ১৩ৰ পৰা ১৯ জানুৱাৰীলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাদছেই কয় যে ৬খন মহাদেশৰ ২৪খন দেশৰ সৈতে এই গোলকীয় অনুষ্ঠানে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ ক্ৰীড়া দক্ষতাক গৌৰৱেৰে প্ৰদৰ্শন কৰিব। চৰকাৰে বিভিন্ন থলুৱা খেলৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি তেওঁ প্ৰকাশ...