January 27, 2025 8:12 PM

views 8

মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত বাজি থাক বাঁহীটি অ’ শীর্ষক অভিনন্দন অনুষ্ঠান

বিশিষ্ট গীতিকাৰ তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ ঘোষক কীৰ্তিকমল ভূঞাৰ গীত সাধনাৰ ৭টা দশক সম্পূৰ্ণ হোৱা উপলক্ষে আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত বাজি থাক বাঁহীটি অ' শীর্ষক এটি অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অভিনন্দন সমিতিৰ সভাপতি স্বপ্ননীল বৰুৱা কাৰ্যকৰী সভাপতি মছদ্দৰ হুছেইন, সম্পাদক তন্মনা চৌধুৰী আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অসমীয়া গীতি সাহিত্যলৈ আগবঢ়াই অহা অৱদানৰ বাবে কীর্তিকমল ভূঞাক অভিনন্দন জনায়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অভিনন্দন গ্রন্থ ‘কীর্তি...