ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 22, 2025 11:28 AM

view-eye 2

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ সম্পৰ্কীয় বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত আছেঃ বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিং

কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ সম্পৰ্কীয় বিষয়টো নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ মাজত হোৱা শেহতীয়া বৈঠকতো ...