March 25, 2025 8:43 PM

views 31

ভাৰতবৰ্ষক ২০৪৭ ৰ পূৰ্বে আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্রদায়সমূহৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব – কিৰেন ৰিজিজু

ভাৰতবৰ্ষক ২০৪৭ ৰ পূৰ্বে আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্রদায়সমূহৰ অৱদান গুৰুত্বপূৰ্ণ হ'ব। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি নতুন দিল্লীত আয়োজিত ৰাজ্যিক সংখ্যালঘু সন্মিলনত ভাষণ দি এইদৰে প্ৰকাশ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক শিক্ষা আৰু দক্ষতাৰ বিকাশত অগ্ৰাধিকাৰ প্ৰদানৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চৰকাৰে ছটা অধিসূচীত সম্প্রদায়, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন, শিখ আৰু পাৰ্চিসকলৰ কল্যানৰ বাবে সুকীয়া আঁচনি ৰূপায...