July 21, 2024 12:35 PM

views 24

পোলেণ্ডত অনুষ্ঠিত ২০২৪ চনৰ গ্ৰীষ্মকালীন এথলেটিক্স প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ দৌৰত কিৰণ পাহালৰ সোণৰ পদক অৰ্জন

পোলেণ্ডৰ ৱাৰ্ছত অনুষ্ঠিত ২০২৪ চনৰ গ্ৰীষ্মকালীন এথলেটিক্স প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ দৌৰত কালি কিৰণ পাহালে সোণৰ পদক অৰ্জন কৰিছে। ২৩ বছৰীয়া দৌৰবিদগৰাকীয়ে ২৩.৩৩ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰথম স্থান দখল কৰি এইবাৰ ভাৰতীয় খেলুৱৈ হিচাপে সর্বোচ্চ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। একেটা প্রতিযোগিতাতে অলিম্পিকত মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হোৱা জ্যোতি ইয়াৰাজীয়ে ২৩. ৫৩ ছেকেণ্ডত দ্বিতীয় স্থান দখল কৰে। ইফালে পুৰুষৰ ৪০০ মিটাৰ দৌৰত ৰাজেশ ৰমেশে প্রথম স্থা...

June 28, 2024 1:21 PM

views 24

ভাৰতৰ ট্ৰেক এথলিট কিৰণ পাহালৰ পেৰিছ অলিম্পিকৰ মহিলাৰ ৪০০ মিটাৰ দৌৰলৈ যোগ্যতা অৰ্জন

ভাৰতৰ ট্ৰেক এথলিট কিৰণ পাহালে অহা মাহত হ'বলগীয়া পেৰিছ অলিম্পিকৰ মহিলাৰ ৪০০ মিটাৰ দৌৰলৈ যোগ্যতা অৰ্জন কৰিছে। হাৰিয়ানাৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে পঞ্চকুলাত চলি থকা ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ৫০.৯২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি এই যোগ্যতা অর্জন কৰে। অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে নিৰ্ধাৰিত সময় আছিল ৫০.৯৫ ছেকেণ্ড। খেলুৱৈগৰাকী লগতে ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ৫০.৭৯ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়া হিমা দাসৰ পাছতে মহিলাৰ ৪০০ মিটাৰ দৌৰত দেশৰ দ্বিত...