January 19, 2025 9:18 PM

views 14

ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলৰ খো খো বিশ্বকাপ ২০২৫ৰ খিতাপ দখল

ইতিহাস ৰচি ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলে খো খো বিশ্বকাপ ২০২৫ৰ উদ্বোধনী খিতাপ দখল। দুয়োটা দলে  ফাইনেলত নেপালক পৰাস্ত কৰে।  নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ২০২৫ৰ অন্তিমখন খেলত নেপাল মহিলা দলৰ বিৰুদ্ধে ৭৮-৪০ ব্যৱধানত  জয় নিশ্চিত কৰে টিম ইণ্ডিয়াই। পুৰুষৰ দলটোৱে চুড়ান্ত খেলখনত নেপালৰ বিৰুদ্ধ ৫৪-৩৬ ব্যৱধানত জয় লাভ কৰে। প্ৰথম টাৰ্ণৰ পৰাই ভাৰতীয় দলটোৱে খেলখনত আধিপত্য বিস্তাৰ কৰিছিল।  ভাৰতীয় খেলুৱৈসকলে নিজৰ স্বাভাৱিক, আক্ৰমণাত্মক শৈলী খেল প্ৰদৰ্শন কৰি এটা প্ৰাপ্...