January 13, 2025 10:50 AM

views 23

নতুন দিল্লীত প্ৰথমবাৰৰ বাবে খো খো বিশ্বকাপ ২০২৫ আৰম্ভ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি প্ৰথমবাৰৰ বাবে খো খো বিশ্বকাপ ২০২৫ আৰম্ভ হ'ব। ভাৰতীয় অলিম্পিক সংস্থাৰ সহযোগত এই উদ্বোধনী সংস্কৰণত ২০টা পুৰুষৰ দল আৰু ১৯টা মহিলাৰ দৰে অংশগ্ৰহণ কৰিছে। ভাৰতীয় খো খো ফেডাৰচনে এই প্ৰতিযোগিতাৰ বাবে পুৰুষ আৰু মহিলাৰ পৃথকে পৃথকে ১৫ জনীয়া দল ঘোষণা কৰিছে। প্ৰতীক ৱাইকাই নেতৃত্ব দিবলগীয়া ভাৰতীয় পুৰুষৰ দলটো নেপাল, পেক, ব্রাজিল আৰু ভূটানৰ সৈতে গ্রুপ-এত আছে। প্রিয়ংকা ইংলেৰ নেতৃত্ব মহিলা দলটো ইৰাণ, মালয়েছিয়া আৰু কোৰিয়াৰ সৈতে গ্ৰুপ-এত আছে। খো খো বিশ্বকাপৰ চূড়...