August 22, 2024 11:56 AM

views 14

বিহাৰৰ পাটলীপুত্ৰৰ ক্ৰীড়া পৰিসৰত খেলো ইণ্ডিয়াৰ পূব মণ্ডলৰ অস্মিতা যোগাসন প্রতিযোগিতা

বিহাৰৰ পাটনাৰ পাটলীপুত্ৰৰ ক্ৰীড়া পৰিসৰত আজি খেলো ইণ্ডিয়াৰ পূব মণ্ডলৰ অস্মিতা যোগাসন প্রতিযোগিতা আৰম্ভ হ'ব। বিহাৰ যোগাসন ক্রীড়া সন্থাই প্ৰথমবাৰৰ বাবে এই প্রতিযোগিতাৰ আয়োজন কৰিছে। অসম, বিহাৰ, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, পশ্চিম বংগ আৰু ওড়িশাকে ধৰি পূব মণ্ডলৰ ১১খন ৰাজ্যৰ ৫০০ গৰাকী মহিলা খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ১২ৰ পৰা ১৮ বছৰ আৰু ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ খেলুৱৈয়ে পাঁচটা মূল শিতানত ভাগ ল'ব। খেলো ইণ্ডিয়া ৱ'মেনছ লীগৰ ইউট...