March 24, 2025 9:07 PM

views 23

খেলো ইণ্ডিয়া পেৰা গেমছত সুমন দেৱী, সীমা ৰাণী, গুলফাম আহমেদ, জবি মেথিউৰ সোণৰ পদক অৰ্জন

খেলো ইণ্ডিয়া পেৰা গেমছৰ পঞ্চম দিনাও পেৰা এথলীটসকলে তেওঁলোকৰ একনিষ্ঠ আৰু অনৱদ্য প্ৰদৰ্শন অব্যাহত ৰাখিছে। আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শক্তি উত্তোলন শিতানত এথলীটসকলে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়ায়। মহিলাৰ ৫৫ কিলোগ্রাম শাখাত সুমন দেৱীয়ে সোণৰ, জেছমীন মিছলীনে ৰূপৰ আৰু ভাৰতী আগৰৱালে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ ৫৯ কিলোগ্রাম শাখাত গুলফাম আহমেদে সোণৰ, ৱি সৰাৱননে ৰূপৰ আৰু গৌৰৱে ব্ৰঞ্জৰ পদক দখল কৰে। মহিলাৰ ৬১ কিলোগ্রাম শাখাত সীমা ৰাণীয়ে সোণৰ, জৈনৱ খাতুনে ৰূপৰ আৰু এম নাথিয়াই ব্ৰঞ্জৰ পদ...