March 27, 2025 12:15 PM

views 19

খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি

■ খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি পৰিব। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণে আয়োজন কৰা এই ক্রীড়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ৰক্ষা নিখিল খৰ্চে উপস্থিত থাকিব। এই ৮ দিনীয়া ক্রীড়া মহোৎসৱৰ ১,৩০০ৰো অধিক গৰাকী পেৰা এথলিটে পেৰা আৰ্চাৰী, পেৰা এথলেটিক্‌চ, পেৰা বেডমিণ্টন পেৰা পাৱাৰ লিফটিং আৰু টেবল টেনিছকে ধৰি ৬টা শিতানত প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷

March 23, 2025 8:18 PM

views 12

খেলো ইণ্ডিয়া পেৰা ক্ৰীড়া প্রতিযোগিতাত শ্বুটিং শিতানত সাগৰ বালাচাহেব কাটালেৰ সোণৰ পদক অৰ্জন

খেলো ইণ্ডিয়া পেৰা ক্ৰীড়া প্রতিযোগিতাত শ্বুটিং শিতানৰ দহ মিটাৰ এয়াৰ ৰাইফল প্রন মিক্সড এছ এইচ ৱানত সাগৰ বালাচাহেব কাটালে সোণৰ পদক অৰ্জন কৰিছে। নতুন দিল্লীৰ ড০ কানি সিং শ্বুটিং বেঞ্জত অনুষ্ঠিত প্রতিযোগিতাখনত মনা আগৰৱালে ৰূপৰ পদক অর্জন কৰাৰ লগতে দীপক চাইনীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত মনা আগৰৱালে কয় যে এই প্রতিযোগিতাই দেশজুৰি যুৱ তথা উদীয়মান প্রতিভাক চিনাক্ত কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। প্রত্যাশী খেলুৱৈসকলক ধৈৰ্য্যৰ সৈতে খেল ...

March 22, 2025 12:48 PM

views 16

খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় দিনা এথলিট আৰু বেডমিণ্টন খেলুৱৈসকলৰ সুন্দৰ খেল প্ৰদৰ্শন

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় দিনা পেৰা এথলিট আৰু পেৰা বেডমিণ্টন খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে। কালিৰ দিনটোত ৪৪টা সোণৰ পদক অৰ্জন কৰা হয়। তামিলনাড়ু ৯টা সোণৰ পদকেৰে তালিকাৰ শীৰ্ষত থকাৰ লগতে ৭টা সোণেৰে হাৰিয়ানা দ্বিতীয় আৰু ৫টা সোণেৰে মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশ দ্বিতীয় স্থানত আছে। ২টা সোণৰ পদক জয়েৰে তামিলনাডুৰ ৰমেশ ছাংগুমান কালিৰ দিনটোত তাৰকা খেলুৱৈ ৰূপে পৰিগণিত হয়। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত পেৰা এথলিট মিট তাধানীয়ে খেলো ইণ্ডিয়া পদক্ষ...

March 19, 2025 12:17 PM

views 17

খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৫ৰ বাবে গীত, শুভংকৰ আৰু ল’গ’ উন্মোচন

নতুন দিল্লীত কালি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ উপস্থিতিত খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৫ৰ বাবে গীত, শুভংকৰ আৰু ল'গ' উন্মোচন কৰা হয়। অহা ২০মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ ৰাজধানী নতুন দিল্লীত পেৰা গেমছ অনুষ্ঠিত হব। কালিৰ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে খেলো ইণ্ডিয়াৰ পদক্ষেপে খেলুৱৈসকলক এখন উল্লেখযোগ্য মঞ্চ প্ৰদান কৰিছে আৰু ইয়াৰ ফলত আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকলে দেশৰ বাবে সুনাম কঢ়িয়াবলৈ সমৰ্থ হৈছে। তেঁও লগতে পেৰা ইণ্ডিয়া গেমছৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা ...