May 11, 2025 8:07 PM
সপ্তম খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহত অসমৰ ভাৰোত্তোলক আইচাংফা গগৈৰ সোণৰ পদক দখল
অসমৰ উদীয়মান মহিলা ভাৰোত্তোলক আইচাংফা গগৈয়ে সপ্তম খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সোণৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। বিহাৰৰ ৰাজগীৰত চলি থকা প্ৰতিযোগিতাখনৰ আজি ছ...