October 16, 2024 11:51 AM

views 11

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশ লোৱাৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি

অসম চৰকাৰে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ সকলো শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি dsywassam.com/khel2.0 লিংকৰ জৰিয়তে বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীসকলক খেল মহাৰণ যোগদান কৰিবলৈ কোৱা হৈছে। তদুপৰি এই কাৰ্যসূচী সফল কৰিবলৈ প্ৰতিখন বিদ্যালয়ৰ একোগৰাকী নডেল শিক্ষক নিয়োগ কৰিবলৈ কোৱা হৈছে। মন কৰিবলগীয়া যে অসম চৰকাৰে ১৩ নৱেম্বৰৰ পৰা অহা বছৰৰ ২৩ জানুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ খ...

October 5, 2024 9:51 AM

views 21

অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব

অসম চৰকাৰৰ উদ্যোগত অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বৰপেটা জিলাৰ খেলুৱৈসকলক জিলা প্রশাসনে আহ্বান জনাইছে। বৰপেটা জিলা আয়ুক্তই এটা বিবৃতিৰ জৰিয়তে ক্রীড়াপ্ৰেমী ৰাইজলৈ আহ্বান জনাই কৈছে যে, খেল মহাৰণৰ বিভিন্ন প্রতিযোগিতাত যোগদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে খেলুৱৈসকলে গুগল প্লে ষ্ট'ৰৰ খেল মহাৰণ দ্বিতীয় নামৰ এপটো ডাউনল'ড কৰি নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। এইবাৰ অনুষ্ঠিত হ'বলগীয়া খেলসমূহ হ'ল- এথলেটিকছ, ভলীবল, ফুটবল, চাইক্লিং, কাব...

September 29, 2024 6:59 PM

views 24

১৩ নৱেম্বৰৰ অসম চৰকাৰৰ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত অহা ১৩ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ হ'ব। বিগত বৰ্ষৰ বিশেষ সাফল্যৰ পাছত এই বছৰো তৃণমূল পৰ্যায়ৰ প্ৰতিযোগীৰ অংশগ্রহণ, ন ন প্রতিযোগী সৃষ্টি তথা ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যক আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই খেল মহাৰণৰ আয়োজন কৰা হৈছে। এথলেটিকছ ফুটবল, কাবাডী, ভলীবল, দবা খেল, সাঁতোৰ, চাইকেল চলোৱা আদিকে ধৰি কেইবাটাও শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এইবাৰৰ খেল মহাৰণত কেইবা বিধো নতুন খেল অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে কাইলৈৰ পৰা পঞ্জীয়ন আৰম্ভ হ'ব। অংশ...