September 6, 2025 9:55 PM
11
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাদাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তৰ
জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাদাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা মেগা টিউবৰ কাম-কাজৰ বুজ লোৱাৰ লগতে ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গ্ৰহণ কৰা পদক্ষেপৰো বুজ লয়। ইপিনে, সমজিলা সম উন্নয়নৰ বাৰ্তা লৈ দুদিনীয়া ভ্ৰমণসূচীৰে মানকাচৰলৈ যোৱা ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তয়ো আজি অঞ্চলটোৰ খহনীয়া পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, যোৱা প্ৰায় ডেৰ মাহ ধৰি অঞ্চলটোত খহনীয়াই ভাবুকিৰ ...