November 13, 2025 8:13 PM

views 33

সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ সমীপৱৰ্ত্তী সোণাপুৰত নিৰ্মীয়মান দেশৰ চতুৰ্থখন অত্যাধুনিক বিজ্ঞান নগৰী প্ৰকল্প শীঘ্ৰেই সম্পূর্ণ হৈ উঠিব। আজি বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই প্রকল্পস্থলীত বিজ্ঞান সংগ্রাহালয় আৰু বিজ্ঞান দর্শনশালাৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। তেওঁ বিজ্ঞান নগৰী প্ৰকল্প, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্রহালয় পৰিষদ প্ৰকল্প নিৰ্মাণ কাৰ্যৰ বিভিন্ন দিশ তদাৰকৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সংস্ক...