November 28, 2025 8:21 PM

views 20

মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে ৰাজ্যৰ ৩,০৩,৯২৫টা পৰিয়ালক ভূমি পট্টা প্ৰদানঃ মন্ত্ৰী কেশৱ মহন্ত

বিধানসভাত আজি মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিপট্টা প্ৰদান সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয়, যে এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে ৰাজ্যৰ তিনি লাখ তিনি হাজাৰ ৯২৫ টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হৈছে। তেওঁ কয়, যে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ পৰা লাভ কৰা তথ্য অনুসৰি গুৱাহাটী মহানগৰীত এহেজাৰ ১২ টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰ হৈছে। তেওঁ লগতে কয়, গুৱাহাটী মহানগৰীৰ পাহাৰৰ বনভূমিত বহু বছৰ ধৰি বসবাস কৰা জনজাতীয় পৰিয়ালক ব...