January 15, 2025 10:41 AM

views 24

কেৰালাৰ খাদ্য সংসাধন আৰু লজিষ্টিকছ খণ্ডত বিনিয়োগৰ বাবে আৰৱ আমিৰি ৰাষ্ট্ৰৰ আগ্ৰহ প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আকৰ্ষিত কৰাৰ বাবে কেৰালাই চলাই থকা গুৰুত্বপূৰ্ণ অভিযানে এটা বিশেষ গতি লাভ কৰিছে। ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱৰ নেতৃত্বত ডুবাইলৈ যোৱা এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে সমাগত ইনভেষ্ট কেৰালা গ্লোবেল ছামিট আই কে জি এছ-ৰ বাবে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ শীর্ষস্থানীয় বাণিজ্য আৰু চৰকাৰী নেতৃবৃন্দৰ পৰা প্ৰতিশ্ৰুতি লাভ কৰিছে। যোৱা ১৩ আৰু ১৪ তাৰিখে ধাৰাবাহিকভাৱে চলা কৌশলগত আলোচনাৰ জৰিয়তে মন্ত্ৰী পি ৰাজীৱে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিনিয়োগ মন্ত্রী মহম্মদ হাছান আল ছুবেদি আৰু আব...