May 16, 2024 6:40 PM

views 14

বিজেপিয়ে সংৰক্ষণ ব্যৱস্থাৰ সমাপ্তিৰ লগতে সংবিধান পৰিৱৰ্তনৰ বাবেই ৪০০খনতকৈও অধিক আসন বিচাৰেঃ অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে বিজেপিক আক্ৰমণ কৰি কয় যে সংৰক্ষণ ব্যৱস্থাৰ সমাপ্তিৰ লগতে সংবিধান পৰিৱৰ্তন কৰিব বিচাৰে বাবেই গেৰুৱা দলটোৱে লোকসভা নিৰ্বাচনত ৪০০খনতকৈও অধিক আসন বিচাৰে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে তেওঁ লক্ষ্ণৌত যুটীয়াভাৱে এখন সংবাদ মেলত ভাষণ দিয়ে। শ্রীকেজৰিৱালে কয় যে বিজেপি আৰু আৰ এছ এছৰ সমগ্ৰ ব্যৱস্থাই সদায় সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে আৰু তেওঁলোকে জনসাধাৰণক প্ৰথমৰে পৰাই বিজেপিয়ে যে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচাৰিছে সেই বি...