May 5, 2025 8:38 PM
পদ্মশ্ৰী বঁটা বিজয়ী কে বি ৰাৱিয়াৰ বিয়োগত প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোকপ্রকাশ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মশ্ৰী বঁটা বিজয়ী কে বি ৰাৱিয়াৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমোদীয়ে কয়, যে সাক্ষৰতা বৃদ্ধিৰ ক্ষেত্ৰত কে ভি ৰাৱিয়াৰ অগ্ৰণী ...