May 3, 2025 6:49 PM
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৫ মে’ত জীপ ছাফাৰী সামৰণি পৰাৰ সম্ভাৱনা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা ৩০ এপ্ৰিলত হাতী ছাফাৰী বন্ধ হোৱাৰ পাছত সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই অহা ১৫ মে'ত জীপ ছাফাৰীও সামৰণি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে। অৱশ্যে ক...