May 3, 2025 6:49 PM May 3, 2025 6:49 PM

views 17

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৫ মে’ত জীপ ছাফাৰী সামৰণি পৰাৰ সম্ভাৱনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা ৩০ এপ্ৰিলত হাতী ছাফাৰী বন্ধ হোৱাৰ পাছত সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই অহা ১৫ মে'ত জীপ ছাফাৰীও সামৰণি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ'লেও পানবাৰী সংৰক্ষিত বনাঞ্চল, বিশ্বনাথৰ পানপুৰ, লাওখোৱা বুঢ়াচাপৰি বনাঞ্চল কিছু দিনৰ বাবে পৰ্যটকৰ বাবে খোলা থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে এই কথা প্ৰকাশ কৰাৰ লগতে চলিত পর্যটন বৰ্ষৰ মাৰ্চলৈকে ৪ লাখ ২০ হাজাৰ পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে বুলি জনায়। এইবাৰ প্ৰায় ...