November 3, 2025 12:41 PM

views 22

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল কালি পৰ্যটকৰ বাবে মুকলি কৰা হয়। বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কহৰা সংমণ্ডলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আনুষ্ঠানিকভাৱে সংমণ্ডলটো মুকলি কৰে। এতিয়াৰে পৰা পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰি উদ্যানখনৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলৰ কিছু অংশ ইতিমধ্যে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। সম্প্রতি কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা দাফলাং হৈ বৰুণটিকালৈ পর্যটকে জীপ চাফাৰি কৰিব পাৰিব। বন মন্ত্ৰীগৰাকীয়ে কহৰা বনাঞ্চল মুকলি কৰি...

October 8, 2025 1:01 PM

views 23

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত আজিৰে পৰা পৰ্যটকৰ বাবে জীপ ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল আজিৰে পৰা পৰ্যটকৰ বাবে জীপ ছাফাৰিৰ বাবে মুকলি কৰা হৈছে। আজি পুৱা উদ্যান কর্তৃপক্ষই বন্তি প্ৰজ্বলনেৰে বুঢ়াপাহাৰ বনাঞ্চলৰ আজিৰে পৰা শুভাৰম্ভ কৰা বুলি ঘোষণা কৰিছে।