December 19, 2025 12:13 PM
11
মাঘ বিহুৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছ ধৰাত নিষেধাজ্ঞা বলৱৎ কৰিবলৈ সংশ্লিষ্ট বিভাগ-উদ্যান কৰ্তৃপক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
মাঘ বিহুৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সমূহীয়া মাছধৰাৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ, সংশ্লিষ্ট বিভাগ আৰু উদ্যান কৰ্তৃপক্ষক অবৈধ মাছধৰা ৰোধ কৰাৰ বাবে আৱশ্যকীয় নিষেধাজ্ঞা বলৱৎ কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীক লৈ গঠিত এখন বিচাৰপীঠে এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি কালি এই নিৰ্দেশ প্রদান কৰে। ন্যায়ালয়ে লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনে ধৰণৰ কামকাজ নিয়...