April 5, 2024 12:32 PM

views 139

কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জত ভাৰতৰ বেডমিণ্টন খেলুৱৈ অনমোল খাৰ্বে মহিলা ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

♦ কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জত ভাৰতৰ বেডমিণ্টন খেলুৱৈ অনমোল খাৰ্বে মহিলা ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে ইউ এ ইৰ নুৰাণী ৰাষ্ট্ৰ আজাৰাক ২১-১১,২১-৭ পোনপটীয়া গেমত পৰাস্ত কৰে। অনমোলৰ লগতে দেৱীকা সিহাগ, পূৰ্বৰ ৰাষ্ট্ৰীয় চেম্পিয়ন অনুপমা উপাধ্যায়, সপ্তম বাছনিৰ তন্যা হেমন্ত আৰু ঈশাৰাণী বৰুৱায়ো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ মিক্সড ডাবলছ শাখাত ৰোহন কাপুৰ আৰু ৰুথভিজা শিৱানী, অভিউদয় চৌধাৰী আৰু বৈষ্ণৱী খাদকেকাৰ, সঞ্জয় শ্রীবাস্তৱ ধনৰাজ আৰু মণিষা কে আৰু ঝাকো চেয...