June 13, 2024 4:41 PM June 13, 2024 4:41 PM

views 12

কাঠমাণ্ডুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

নেপালৰ কাঠমাণ্ডুৱে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মেলাখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন, বহনক্ষম উন্নয়ন আৰু সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিছে। কাইলৈ আৰম্ভ হ'বলগীয়া মেলাখনত ১৬ খন দেশৰ পৰা কেইবাগৰাকী উদ্যোগপতিয়ে ভাগ ল'ব। অংশগ্ৰহণকাৰী দেশসমূহ হ'ল - ভাৰত, নেপাল, কোৰিয়া, টাইৱান, ছিংগাপুৰ, মালদ্বীপ, আমেৰিকা যুক্তৰাষ্ট্ৰ, নেডাৰলেণ্ড, শ্রীলংকা, চীন, থাইলেণ্ড, ডুবাই, বাংলাদেশ, ভিয়েটনাম, মালয়েছিয়া আৰু ভূটান। মেলাখনত বিভিন্ন দেশৰ পৰা ডেৰশ খনতকৈ অধিক সামগ...