November 25, 2024 7:23 PM

views 12

আৱকাৰী বিভাগৰ কাম-কাজ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যখনত অবৈধ সুৰাৰ বিৰুদ্ধে অনমনীয় স্থিতি গ্ৰহণৰ বাবে আৱকাৰী বিভাগক নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীত আজি বিভাগটোৰ কামকাজৰ পৰ্যালোচনা কৰি আৱকাৰী মন্ত্ৰী মহন্তই এই নিৰ্দেশ দিয়ে।  গণেশগুৰিৰ কৰ ভৱনৰ সভাকক্ষত সকলো জিলাৰ আৱকাৰী অধীক্ষক আৰু উপ-অধীক্ষকৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় বিভাগীয় মন্ত্ৰীগৰাকী। ৰাজ্য চৰকাৰৰ আৱকাৰী আয়ুক্ত সচিব ৰাকেশ কুমাৰ, আৱকাৰী সচিব ইন্দ্ৰেশ্বৰ কলিতা আৰু আৱকাৰী আয়ুক্ত জিতু দলেয়ো অংশগ্ৰহণ কৰা এই বৈঠকত আৱকাৰী মন্ত্ৰীগৰাকীয়ে জিলাসমূহত অবৈধ সুৰাৰ...