June 30, 2025 12:03 PM

views 12

কাছবা আইন মহাবিদ্যালয়ৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বাবে বিশেষ তদন্তকাৰী দলৰ সদস্যৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

কলকাতা আৰক্ষীয়ে কাছবা আইন মহাবিদ্যালয়ৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দলৰ সদস্যৰ সংখ্যা ৫ৰ পৰা ৯লৈ বৃদ্ধি কৰিছে। কলকাতা চহৰত বিৰোধী দলসমূহে এই ঘটনাৰ উচিত তদন্তৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কালি কলকাতাত শাসকীয় তৃণমূল কংগ্ৰেছক সমালোচনা কৰি কয় যে টিএমচিৰ শাসনত পশ্চিমবংগত অঘোষিত জৰুৰীকালীন অৱস্থা চলি আছে। পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলপতি তথা বিজেপি নেতা সুবেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীৰ শাসনকালত বংগত যুৱতী আৰু মহ...