November 14, 2024 8:45 PM
9
ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ কর্মযোগী সপ্তাহৰ ফলাফল অতি সুন্দৰঃ কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং
কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কৈছে যে, ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ কর্মযোগী সপ্তাহৰ ফলাফল অতি সুন্দৰ আৰু এই অনুষ্ঠানত দেশৰ কৰ্মযোগীসকলক কাষ চপাই অনাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। দিল্লীত অনুষ্ঠিত কৰ্মযোগী সপ্তাহৰ সামৰণী অনুষ্ঠানত ভাষণ দি ড০ সিঙে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ ধাৰণাটো আগবঢ়াই আনিছে। তেওঁ কয়, যে এই শিক্ষণ প্ৰক্ৰিয়া অবিৰত থকা উচিত। দক্ষতা নিৰ্মাণ আয়োগৰ অধ্যক্ষ আদিল জাইনুলভায়ে কয়, ...