July 26, 2024 12:09 PM

views 10

কৰিমগঞ্জ জিলাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয়ত ‘সবৰ হৃদয়ৰ ৰবীন্দ্ৰনাথ’ শীৰ্ষক কবি প্রণাম কাৰ্যসূচী

কৰিমগঞ্জ জিলাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয়ত কালি সবৰ হৃদয়ৰ ৰবীন্দ্ৰনাথ শীৰ্ষক কবি প্রণাম কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিনে ৰবীন্দ্ৰনাথ কেৱল বাঙালীৰ হৃদয়তে নহয় সকলো ভাৰতীয় হৃদয়ত আছে। তেওঁৰ দ্বাৰা ৰচিত ভাৰতৰ জাতীয় সংগীত বিদ্যালয়সমূহত প্ৰতিদিনে পুৱা আবৃতি কৰা হয়। অনুষ্ঠানত অসম ভাষিক সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ, বিধায়ক কমলাক্ষ দেকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।