July 8, 2024 8:47 PM July 8, 2024 8:47 PM

views 7

চলিত বছৰত এতিয়ালৈকে ৩৭৮ লাখ হেক্টৰতকৈ অধিক কৃষিভূমি খাৰিফ শস্য ৰোপন

চলিত বছৰত এতিয়ালৈকে ৩৭৮ লাখ হেক্টৰতকৈ অধিক কৃষিভূমি খাৰিফ শস্য ৰোপন কৰা হৈছে। যোৱা বছৰৰ একে সময়তে ৩৩১ লাখ হেক্টৰ কৃষিভূমিত এই শস্য ৰোপন কৰা হৈছিল। যোৱা বছৰৰ তুলনাত এই শস্য ৰোপণৰ হাৰ ১৪ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। কৃষি মন্ত্ৰালয়ে জাৰি কৰা শস্যৰ ৰোপণ তথ্য অনুসৰি প্ৰায় ৬০ লাখ হেক্টৰ কৃষিভূমিত ধান ৰোপণ কৰা হৈছে যিটো যোৱা বছৰতকৈ ৯ লাখ হেক্টৰতকৈও অধিক কৃষিভূমিত এইবাৰ ধান ৰোপণ কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে, ৩১ লাখ হেক্টৰ কৃষিভূমিত মাহজাতীয় শস্য ৰোপণ কৰা হৈছে। যোৱা বছৰতকৈ এইবাৰ ১৩ লাখ হেক্টৰতকৈ অ...