July 26, 2025 8:12 PM

views 26

ৰাজ্যৰ বিভিন্ন স্থানত কাৰ্গিল বিজয় দিৱস উদযাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধক সুঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সুঁৱৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচায্যই অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই দেশৰ হকে পৰম বীৰত্বৰে যুঁজ দিয়া সাহসী জোৱানসকলক সোঁৱৰে। কাৰ্গিল যুদ্ধৰ গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰীআচাৰ্যই অতি প্রতিকুল পৰিৱেশত সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দ...