August 5, 2024 12:32 PM August 5, 2024 12:32 PM

views 8

কেৰালাৰ আজি সপ্তম দিনাও মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়ানাডত আজি সপ্তম দিনাও মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে। কৰ্তৃপক্ষই অঞ্চলটোৰ ধ্বংসাৱশেষৰ মাজত অথবা মালাপ্পুৰম জিলাৰ তলৰ অংশত যাতে কোনো মৃতদেহ ৰৈ নাযায় তাৰবাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই দুৰ্ঘটনাত শতাধিক লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত আজি আৰু মৃতদেহ উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে। অঞ্চলটোত কালি বোকাত পোত গৈ থকা সামগ্ৰীৰ সন্ধান কৰিব পৰা অত্যাধুনিক ড্ৰনৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হয়। উদ্ধাৰ অভিযানত সহায়ৰ বাবে মিৰাটৰ পৰা অধিক সেনা আৰু চাৰিটা বিশে...