September 30, 2025 12:22 PM

views 22

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উপলক্ষে বিহালীত হবলগীয়া ৩৩ সংখ্যক কাৰ্বি যুৱ মহোৎসৱখন ৩ৰ পৰা ৫ অক্টোবৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ প্ৰতি সন্মান জনাই বিশ্বনাথ জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজে বিহালীৰ ভৰালীজুলিৰ ল’ৰেছাৰপ' বাকৰিত কাইলৈৰপৰা অনুষ্ঠিত হ'বলগীয়া ৩৩ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এটা বিবৃতিযোগে বিশ্বনাথ জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি যোগেন টেনে এই কথা জানিবলৈ দিয়ে। কাৰ্বি সাংস্কৃতিক সমাজৰ প্ৰতিনিধি, জিলা সমিতি আৰু অভ্যর্থনা সমিতিৰ বিষয়ববীয়াৰ মাজত হোৱা আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাইলৈ জনপ্ৰিয় শিল্পীজনৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হো...

February 17, 2025 6:18 PM

views 13

তাৰালাংছত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত কালিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কাৰ্বি ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্মক দায়িত্ব ল'বলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ সাংসদ অমৰ সিং টিছ’ৱে কাৰ্বি মহোৎসৱৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ এই মহোৎসৱে অগণন লো...

February 17, 2025 12:29 PM

views 29

কাৰ্বি আংলঙৰ তাৰালাংছ’ত ৫১সংখ্যক কাৰ্বি যুৱ মহোৎসৱ

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ'ত কালিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কাৰ্বি ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্মক দায়িত্ব ল'বলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ সাংসদ অমৰ সিং টিছ’ৱে কাৰ্বি মহোৎসৱৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ এই মহোৎসৱে অগণন ...