October 20, 2025 7:23 PM

views 16

কার্বি আংলং জিলাৰ ডিফু ডিলাজি বিৰলাত অনুষ্ঠিত কাৰ্বি লোকগীতৰ কৰ্মশালাৰ সামৰণি

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সংস্কৃতি কেন্দ্ৰৰ উদ্যোগত আৰু ৰাছিঞ্জা আছঙৰ সহযোগত ডিফু ডিলাজি বিৰলাত ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত কাৰ্বি লোকগীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। চাৰিদিনীয়া এই কর্মশালাত অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত গোৱা বিশেষ লোকগীত কাছাৰহেৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কাৰ্বি আংলঙৰ লগতে বিশ্বনাথ আৰু শোণিতপুৰৰ বহুসংখ্যক কার্বি মহিলাই এই কর্মশালাত অংশগ্রহণ কৰে। কাছাৰহেৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে স্বায়ত্ত শাসিত পৰিষদখনে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব বুলি কলা আৰু সাংস্কৃতিক বিভাগৰ বিষয়ববীয়াসকলে ...