September 3, 2025 8:04 PM

views 6

পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ কৰম পূজা পালন

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পূজা পালন কৰে। ডিব্ৰুগড় জিলাৰ প্ৰতিখন চাহ বাগিচাত কৰম পূজা অনুষ্ঠিত কৰা হয়। লাহোৱাল, মোহনবাৰী, ৰমাই, ঘোঁৰামৰা, লেকাই, ঠাকুৰৰ্থান আদিকে ধৰি প্ৰতিটো অঞ্চলত ধর্মীয় ৰীতি-নীতিৰে কৰম পূজা অনুষ্ঠিত কৰা হৈছে। কাচাৰ জিলাৰ বিভিন্ন চাহ বাগিচা অঞ্চলতো এই পূজা পালন কৰা হয়। অসম প্রদেশ কুঁৰুখ ঔৰাও সংঘৰ উদ্যোগত ডলু চাহ বাগিচাৰ মইনা নগৰত পৰম্পৰাগত এই পূজা পালন কৰা হয়। ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুৰ্মু আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৰম পূজা উপলক্ষে দেশব...

September 14, 2024 8:21 PM

views 15

আজি চাহ জনগোষ্ঠীয় লোকসকলৰ কৃষি ভিত্তিক উৎসৱ কৰম পৰৱ পালন

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি কৃষি ভিত্তিক উৎসৱ কৰম পৰৱ পালন কৰে। কৃষিকাৰ্য সুকলমে সম্পন্ন কৰাৰ বাবে চাহ জনগোষ্ঠীৰ লোসকলে এই পূজা বা পৰৱ পালন কৰে। এই উপলক্ষে জনগোষ্ঠীটোৰ যুৱক-যুৱতীসকলে ঝুমুৰ নৃত্য পৰিবেশন কৰি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে। এই পূজাৰ সৈতে জনগোষ্ঠীটোৰ পৰম্পৰাগত কলা সংস্কৃতি, ৰীতি নীতি আদি জড়িত হৈ আছে। কৃষিভূমিৰ উৰ্বৰতা আৰু শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে পালন কৰা এই পূজা ৩ দিন, ৫ দিন বা সাদিনীয়াকৈ পালন কৰা হয় ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰম পৰৱ উপলক্ষে চাহ জনগোষ্ঠীয় লোকসকলৰ ল...